Yatra AS

অসম বচাওঁ আহক যাত্ৰাৰ বিষয়ে

যাত্রার বিষয়ে

অসম বচাওঁ আহক যাত্ৰা হ’ল অসমৰ প্ৰতিটো পৰিয়ালৰ ওচৰলৈ গৈ পোৱাৰ মানসেৰে, কি কি সমস্যাৰপৰা অসমক ৰক্ষা কৰাৰ প্ৰয়োজন হৈছে আৰু কেনেকৈ সেই কথা শুনাৰ মানসেৰে কংগ্ৰেছ দল আৰু ইয়াৰ মিত্ৰ দলসমূহে লোৱা এটা উদ্যম। ইয়াৰ লক্ষ্য হ’ল অসম আৰু ৰাজ্যখনৰ ৰাইজৰ বাবে সৰ্বাত্মক সমাধানৰ সন্ধান কৰা।

এই যাত্ৰা মুকলি কৰিব জ্যেষ্ঠ কংগ্ৰেছ নেতা গৌৰৱ গগৈ, ৰিপুন বৰা, দেৱব্ৰত শইকীয়া, প্ৰদ্যুত বৰদলৈ আৰু সুস্মিতা দেৱে।

আপুনি অংশীদাৰ হওঁক এই যাত্ৰাৰ

যাত্ৰাৰ শেহতীয়া তথ্যৰ বাবে SIGN UP কৰক ইমেইল অথবা হোৱাটছ্এপত

এই আন্দোলনৰ বাবে স্বেচ্ছাসেৱক

আপোনাৰ সমস্যাবোৰৰ কথা জনাওক

যাত্ৰা বীথিকা

অধিক আপডেটৰ বাবে আমাৰ ছ’চিয়েল মিডিয়া পেজবোৰ ভিজিট/ফ’ল’ কৰক
© 2021 Assam Bachao. All Rights Reserved.